মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম খনিজ উন্নয়ন নিগম পৰিসীমিত

ইতিহাস

  • কোম্পানী আইন, ১৯৫৬ ৰ অধীনত(CIN-U14107AS 1983SGC002045) ১৯৮৩ চনৰ ১৯ মে তাৰিখে অসম খনিজ উন্নয়ন নিগম লিমিটেড নামৰ অসম চৰকাৰৰ কোম্পানীটোৰ প্ৰতিষ্ঠা হয়। এই কোম্পানীটোৰ প্ৰশাসনিক নিয়ন্ত্ৰণ কৰে অসম চৰকাৰৰ খনি আৰু খনিজ বিভাগে। এই কোম্পানীৰ পুঁজিৰ পৰিমাণ হৈছে ৮৮০ লাখ টকা আৰু পৰিশোধিত পুঁজিৰ পৰিমাণ হৈছে ৪৮৮.৬০ লাখ টকা। অসম চৰকাৰে গঠন কৰি দিয়া এখন বোৰ্ডৰ দ্বাৰা এই কোম্পানী পৰিচালিত হয়।