মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম খনিজ উন্নয়ন নিগম পৰিসীমিত

চলিত প্ৰকল্প

বৰ্তমানে এই নিগমৰ তিনিটা প্ৰকল্প চলি আছে- এল.এম.পি., জি.চি.ই.পি. আৰু কে.এ.চি.ই.পি.। কেউটা প্ৰকল্পই অসমৰ ডিমা হাচাও জিলাত চলি আছে। এই প্ৰকল্পকেইটাৰ অধীনত নিগমে চূণশিল আৰু কয়লা উত্পাদন কৰে। সেই অঞ্চলত খনিজ শেষ হৈ অহাৰ বাবে প্ৰকল্প তিনিটাও প্ৰায় শেষ হও হও। নিগমে এতিয়া নতুন প্ৰকল্পৰ ব্যৱস্থা কৰি আছে।