মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম খনিজ উন্নয়ন নিগম পৰিসীমিত

প্ৰস্তাৱিত প্ৰকল্পঃ কয়লা

কয়লা আহৰণ

কাৰ্বি আংলং জিলাৰ তিনি ঠাইৰ পৰা কয়লা আহৰণৰ হেতু নিগমে খনন পট্টাৰ অনুমোদনৰ বাবে আবেদন জনাইছে। অসম চৰকাৰে বিষয়টো সহানুভূতিৰে বিবেচনা কৰি অনুমোদনৰ বাবে ভাৰত চৰকাৰলৈ পঠিয়াইছে।