মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম খনিজ উন্নয়ন নিগম পৰিসীমিত

প্ৰস্তাৱিত প্ৰকল্পঃ শিল

শিল খনন প্ৰকল্প

গৃহ নিৰ্মাণৰ শিল আহৰণৰ বাবে অসম চৰকাৰে ছয়গাওঁ ৰাজহ চক্ৰৰ অন্তৰ্গত দুধকুৰি পাহাৰৰ ৩৩৯ বিঘাৰ এটা এলেকাৰ ইতিমধ্যে অবণ্টন দিছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিস্ফোৰণৰ অনুমতি এতিয়ালৈকেলাভ নকৰাৰ বাবে তাত কাম আৰম্ভ কৰিব পৰা হোৱা নাই। এই সন্দৰ্ভত ইতিমধ্যেই বন বিভাগক আগতীয়া ৰয়েল্টী আদায় দিয়া হৈছে।